पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জ্বলোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জ্বলোৱা   ক্ৰিয়া

अर्थ : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা

उदाहरणे : আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে

अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

उदाहरणे : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

समानार्थी : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

अर्थ : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা

उदाहरणे : জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে

अर्थ : চাকি আদি জ্বলা কার্য

उदाहरणे : মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে

समानार्थी : প্রজ্বলন কৰা

चौपाल