सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
उदाहरणे : বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
समानार्थी : জ্বলা
अर्थ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
उदाहरणे : এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
समानार्थी : জলা, জ্বলা, পোৰা, পোৰা যোৱা
स्थापित करा