अर्थ : জুইৰ দ্বাৰা কোনো অংগ পীড়িত কৰা
उदाहरणे :
বোৱাৰীজনী আহাৰ ৰন্ধাৰ সময়ত জ্বলিল
समानार्थी : জ্বলি যোৱা
अर्थ : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
उदाहरणे :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
समानार्थी : জলা, জ্বলি যোৱা, পোৰা, পোৰা যোৱা