सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিজনৰ কোনো বিষয়ত ভাল জ্ঞান আছে
उदाहरणे : ভাৰতবর্ষ অতীজৰে পৰা জ্ঞানীৰ দেশ আছিল
समानार्थी : পণ্ডিত, বিদ্বান
अर्थ : যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
उदाहरणे : আজিৰ সভাত কেইবাজনো বিদ্বানে ভাষণ প্রদান কৰিছিল
समानार्थी : কৃতবিদ্য, বিজ্ঞ, বিদগ্ধ, বিদ্বান, বিদ্যাৱান, সুধী, সুশিক্ষিত
स्थापित करा