सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বিদ্যাৰ অভাৱ
उदाहरणे : আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে
समानार्थी : অজ্ঞতা, অজ্ঞানতা, অবিজ্ঞতা
अर्थ : জ্ঞান নোহোৱা অৱস্থা বা ভাব
उदाहरणे : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
समानार्थी : অজ্ঞতা, অজ্ঞানতা, অন্ধকাৰ, মূঢ়তা
स्थापित करा