पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জ্ঞান शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জ্ঞান   বিশেষ্য

अर्थ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

उदाहरणे : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

समानार्थी : বোধ, বোধি, সংজ্ঞা, সজ্ঞান

अर्थ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

उदाहरणे : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

समानार्थी : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা

अर्थ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

उदाहरणे : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

समानार्थी : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

अर्थ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা

उदाहरणे : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়

समानार्थी : উপদেশ, বুজনি, শিকনি, শিক্ষা

अर्थ : বোধ ওপজা বৃত্তি বা শক্তি

उदाहरणे : চেতনাই জীয়াই থকাৰ লক্ষণ

समानार्थी : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা

चौपाल