अर्थ : সাগৰৰ জলভাগ উঠা-নমা কৰা কার্য
उदाहरणे :
জোৱাৰ-ভাটাত নাওবোৰ টুলুং-ভুটুং কৰে
समानार्थी : জোৱাৰ-ভাটা, ভাটা
अर्थ : চন্দ্র আৰু সূর্যৰ আকর্ষণত ওফন্দি উঠা সাগৰ বা নৈৰ মুখৰ পৰা উজাই অহা বাঢ়নী পানী:সাগৰপৃষ্ঠত সমানে সমানে জোৱাৰ আৰু ভাটা অহা-যোৱা কৰি থাকে
उदाहरणे :
अर्थ : এবিধ শস্য
उदाहरणे :
জোৱাৰ, বাজৰা আদি মুখ্য অন্নৰ অন্তর্গত