अर्थ : অন্য কোনো বস্তুৰ শেষত লগোৱা
उदाहरणे :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
समानार्थी : জোৰা, সংলগ্ন কৰা
अर्थ : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
उदाहरणे :
মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
समानार्थी : জোৰা দিয়া