पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জোৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জোৰা   বিশেষ্য

अर्थ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

उदाहरणे : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

समानार्थी : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল

अर्थ : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

उदाहरणे : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

समानार्थी : গাঁঠি, গ্রন্থি, সন্ধি

জোৰা   ক্ৰিয়া

अर्थ : হাল বাওঁতে বা গাড়ী আদি চলাবলৈ সন্মুখৰফালে গৰু, ঘোঁৰা আদি বান্ধি দিয়া কার্য:কৃষকজনে হাল বাবলৈ গৰুহাল যুটিছে

उदाहरणे :

समानार्थी : জোঁটা, যুতা, সাঙুৰা

अर्थ : অন্য কোনো বস্তুৰ শেষত লগোৱা

उदाहरणे : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

समानार्थी : জোৰা লগোৱা, সংলগ্ন কৰা

चौपाल