सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ
उदाहरणे : মোৰ ধনৰ মোনাটো চুৰি হʼল
समानार्थी : বেগ, মোনা
अर्थ : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
उदाहरणे : মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
समानार्थी : মোনা
अर्थ : যʼত কোনো বস্তু ৰখা যায়
उदाहरणे : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
समानार्थी : জুলি, পকেট, সৰু মোনা
स्थापित करा