अर्थ : বাৰিষাকালত দেখা দিয়া এবিধ পতঙ্গ যাৰ গাৰ পিছ অংশ খুউব জিলিকি থাকে
उदाहरणे :
লʼৰা-ছোৱালীবোৰে জোনাকী পৰুৱা ধৰিবৰ কাৰণে তাৰ পিছে পিছে দৌৰিছে
समानार्थी : খদ্যোত, জোনাকী পৰুৱা, জ্যোতিৰিংগ, জ্যোতিৰিংগন, জ্যোতিৰিঙ্গ, জ্যোতিৰিঙ্গন
अर्थ : চন্দ্র বা জোনৰ ৰশ্মিৰে সৈতে যুক্ত
उदाहरणे :
চন্দ্রাৱলীৰ ৰাতি ভ্রমণৰ মজাই বেলেগ
समानार्थी : চন্দ্রাৱলী