सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দণ্ডিত অপৰাধীক যি স্থানত আৱদ্ধ কৰি ৰখা হয়
उदाहरणे : চুৰ কৰাৰ অপৰাধত সি জেললৈ যাবলগীয়া হʼল
समानार्थी : কাৰাগাৰ, কাৰাগৃহ, পোতাশাল, বগাঘৰ, বন্দীগৃহ, বন্দীশাল জেলখানা
अर्थ : এনেকুৱা দণ্ড যাৰ কাৰণে জেলত থাকিবলগীয়া হয়
उदाहरणे : ঘোচ খোৱাৰ অপৰাধত ৰাহুলে কাৰাদণ্ড খাটিব লগা হʼল
समानार्थी : কাৰাদণ্ড, কাৰাবাস, কয়েদ, ঘানি টনা-, জেল-জৰিমনা, জেলৰ ভাত খোৱা-, শ্রীঘৰ বাস, হাজোত বাস
स्थापित करा