सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : থকা বা ধাৰণ কৰা ঠাই
उदाहरणे : ইয়াত আৰু কাপোৰ ৰাখিব পৰা জেগা নাই
अर्थ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
उदाहरणे : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
समानार्थी : ক্ষেত্র, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
अर्थ : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
उदाहरणे : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
समानार्थी : অৱস্থান, জাগা, ঠাই
अर्थ : এক বিশেষ স্থিতি
उदाहरणे : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
समानार्थी : ঠাই
स्थापित करा