अर्थ : বিপদ বা সংকট থকা কাম বা আয়োজন
उदाहरणे :
হত্যাকাৰীৰ ওচৰ পাবলৈ তেওঁ এক জুৱা খেলিলে
अर्थ : বাজী লগাই খেলা হৰা-জিকা একপ্রকাৰৰ খেল
उदाहरणे :
পাণ্ডৱে দ্রৌপদীক জুৱাত হাৰিছিল
समानार्थी : জুৱাখেল, দ্যুত ক্রীড়া