पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জুইশলা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জুইশলা   বিশেষ্য

अर्थ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ

उदाहरणे : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে

समानार्थी : দিয়াচলাই, মেচ, মেচ বক্স

अर्थ : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়

उदाहरणे : মমতাই জুইশলাৰে ধূপ জ্বলাইছে

समानार्थी : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী

चौपाल