पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জীৱন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জীৱন   বিশেষ্য

अर्थ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি

उदाहरणे : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু

समानार्थी : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱ, প্রাণ, পৰাণ

अर्थ : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে

उदाहरणे : বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে

अर्थ : জীয়াই থকা অৱস্থা

उदाहरणे : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে

समानार्थी : চেতনা, জান, জিন্দেগি, জীউ, জীৱ, ধাতু, প্রাণ, পৰাণ

अर्थ : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

उदाहरणे : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

समानार्थी : আয়ুস

अर्थ : জীৱন যাপন কৰাৰ ধৰণ বিশেষ

उदाहरणे : নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে

अर्थ : জীৱিত প্রাণী

उदाहरणे : ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল

चौपाल