अर्थ : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
उदाहरणे :
সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
समानार्थी : অনুসন্ধিৎসু, উৎসুক, কুতুহলী, কৌতূহলী
अर्थ : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
उदाहरणे :
শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
समानार्थी : উৎসুক