अर्थ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
उदाहरणे :
মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
समानार्थी : জয়ী হোৱা, বিজয়ী হোৱা
अर्थ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
उदाहरणे :
স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
समानार्थी : জয় কৰা
अर्थ : প্রতিযোগিতাত সফলতা লাভ কৰা
उदाहरणे :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
समानार्थी : সফল হোৱা