पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জাৰ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জাৰ   বিশেষ্য

अर्थ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে

उदाहरणे :

समानार्थी : ঠাণ্ডা, শীত, শৈত্য

अर्थ : প্রাচীন কালত ৰুছত শাসন কৰা ৰজা বা শাসক

उदाहरणे : ১৯১৭ চললৈকে ৰুছত জাৰসকলৰ শাসন চলি আছিল

अर्थ : ঠাণ্ডা বতৰ

उदाहरणे : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়

समानार्थी : জাৰকালি, শীত, শীতকাল

चौपाल