अर्थ : জাবৰ-জোথৰ পেলোৱা বাকচ
उदाहरणे :
মানুহে জাবৰদানীত জাবৰ পেলোৱাৰ পৰিৱর্তে ্ইফালে-সিফালে পেলাই দিয়ে
अर्थ : জাবৰ জোথৰ পেলোৱা পাত্র
उदाहरणे :
তেওঁ ্মাটিত পৰি থকা কুটাবোৰ উঠাই জাবৰদানিত পেলাই দিলে
समानार्थी : আওটনি পাচি, জাবৰদানি, ডাষ্টবিন