अर्थ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
उदाहरणे :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
समानार्थी : জাবৰ
अर्थ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
उदाहरणे :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
समानार्थी : জাবৰ