सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
उदाहरणे : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
समानार्थी : অধমাঙ্গ, চৰণ, ঠেং, পদ, ভৰি
अर्थ : ভৰি আৰু উৰুৰ মাজত থকা গাঁঠি অংশ
उदाहरणे : মই আঁঠুৰ বিষত ভুগিছো
समानार्थी : আঁঠু
स्थापित करा