सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য
उदाहरणे : পাহাৰত বৰফ জমিছে
अर्थ : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য
उदाहरणे : ছাদৰ চিৰিত শেলাই জমিছে
अर्थ : ৰখা বা জমা কৰা হোৱা
उदाहरणे : জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়
समानार्थी : জমাকৃত
अर्थ : ৰাখি থোৱা
उदाहरणे : দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে
अर्थ : একে ঠাইতে গোটোৱা বা একেলগ কৰা
उदाहरणे : এই বছৰ স্নান-মেলাত একত্রিত হোৱা মানুহৰ মাজত খুউব হুলস্থূল হৈছিল
समानार्थी : একত্র, একত্রিত
स्थापित करा