अर्थ : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
उदाहरणे :
জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
समानार्थी : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মস্থান, মাতৃভূমি
अर्थ : যি স্থানত কাৰোবাৰ জন্ম হয়
उदाहरणे :
এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা
समानार्थी : জন্মস্থান