अर्थ : অভিজ্ঞ বা পৰিচিত হোৱা
उदाहरणे :
সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
समानार्थी : জ্ঞাত হোৱা, জ্ঞান হোৱা
अर्थ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
उदाहरणे :
মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
समानार्थी : চিনি পোৱা
अर्थ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
उदाहरणे :
মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
समानार्थी : চিনি পোৱা
अर्थ : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
उदाहरणे :
মই বোৱা-কটা জানো
अर्थ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
उदाहरणे :
প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ
समानार्थी : বুজি পোৱা