अर्थ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
उदाहरणे :
কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
समानार्थी : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ
अर्थ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে
उदाहरणे :
এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে
समानार्थी : কিম্বদন্তী, লোককথা, লোকপ্রবাদ