सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মানুহৰ সমষ্টি বা সমূহ
उदाहरणे : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
समानार्थी : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
अर्थ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
उदाहरणे : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
समानार्थी : জনমানস, ৰাইজ
अर्थ : এজনতকৈ অধিক ব্যক্তি
उदाहरणे : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
समानार्थी : জনগণ, জনমানস, লোক
अर्थ : পৃথিৱীত থকা লোক
उदाहरणे : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
समानार्थी : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
अर्थ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
उदाहरणे :
समानार्थी : জনগন, জনসাধাৰণ, প্রজা
स्थापित करा