पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জনক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জনক   বিশেষ্য

अर्थ : মিথিলাৰ ৰজা আৰু সীতাৰ পিতৃ

उदाहरणे : জনক এজন বৰ জ্ঞানী ৰজা আছিল

समानार्थी : বিদেহ, মিথিলাপতি, মিথিলাৰাজ, ৰজা জনক

अर्थ : যিজন ব্যক্তিয়ে সর্বপ্রথম ্কোনো বিষয় বা চিন্তাধাৰাৰ সূচনা কৰে বা কোনো সংস্থা আদিৰ স্থাপনা কৰোঁতাজন

उदाहरणे : হিপʼক্রেটিছক চিকিৎসাশাস্ত্রৰ জনক বুলি কোৱা হয়

समानार्थी : জন্ম-দাতা, জন্মদাতা, পিতা

अर्थ : জন্ম দিয়া পুৰুষ বা ধর্ম, ্সমাজ, আইন আদিৰ আধাৰত যি পিতৃৰ মর্যাদা লাভ কৰিছে

उदाहरणे : মোৰ দেউতা এজন অধ্যাপক

समानार्थी : আব্বা, আব্বাজান, দেউতা, পিতা, পিতাই, পিতৃ, বাবা

चौपाल