सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি চলা-ফুলা কৰিব পাৰে
उदाहरणे : জঙ্গম জীৱই নিজৰ ঠাই সলনি কৰি থাকে
समानार्थी : গতিশীল, সচল
अर्थ : যাৰ গতি আছে বা যি চলিব পাৰে
उदाहरणे : যন্ত্র গতিশীল অৱস্থাত আছে
समानार्थी : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলমান, চলিষ্ণু, চালু, চৰিষ্ণু, সঞ্চৰণমান, সঞ্চৰণশীল
अर्थ : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
उदाहरणे : গহনা, কাপোৰ আদি জংগম সম্পত্তি
समानार्थी : চলমান, জংগম
स्थापित करा