पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জগোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জগোৱা   ক্ৰিয়া

अर्थ : হুচ অনা বা চেতন সম্পন্ন কৰা

उदाहरणे : হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা

अर्थ : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা

उदाहरणे : মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে

अर्थ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

उदाहरणे : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

समानार्थी : উঠোৱা

अर्थ : তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা

उदाहरणे : অমাৱস্যাৰ ৰাতিত তান্ত্রিকে তন্ত্র-মন্ত্র জগাই তোলে

समानार्थी : জগাই তোলা, সাধনা কৰা

चौपाल