पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील জগত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

জগত   বিশেষ্য

अर्थ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ

उदाहरणे : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে

समानार्थी : দুনীয়া, বিশ্ব, সংসাৰ

अर्थ : পৃথিৱীত থকা লোক

उदाहरणे : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে

समानार्थी : জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ

अर्थ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

उदाहरणे : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

समानार्थी : ইহজগত, ইহলোক, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

अर्थ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

उदाहरणे : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

समानार्थी : ইহজগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

चौपाल