सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দেখাত বিশাল আৰু সুন্দৰ
उदाहरणे : তাজমহল এটা জকমকীয়া প্রাসাদ
समानार्थी : বৃহৎ
अर्थ : যাৰ উজ্জ্বলতা গুণ বেছি বা ধুনীয়া চকুত লগা ৰং:ৰমেশে বিয়াত জকমকীয়া কাপোৰ পিন্ধিছিল
उदाहरणे :
समानार्थी : উজ্জ্বল, চকচকীয়া, চকমকীয়া, চকুত চমক লগা, চকুত ছাতি মাৰি ধৰা, চিকচিকীয়া, চিকমিকিয়া, জলমলীয়া, ঝকমকীয়া, ৰংচঙীয়া
अर्थ : যাৰ ৰং অতি তীব্র
उदाहरणे : বহুৱাটোৱে জকমকীয়া কাপোৰ পিন্ধি আছিল
समानार्थी : চকচকীয়া
स्थापित करा