सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যʼত জংঘল আছে
उदाहरणे : কিছুমান আদিবাসী জাতিয়ে জংঘলী ঠাইত বসবাস কৰি আছে
अर्थ : জংঘল সম্বন্ধীয় বা জংঘলৰ
उदाहरणे : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
समानार्थी : জংগলী, জঙ্ঘলী, বন্য, বনৰীয়া
अर्थ : হাবি বা অৰণ্যত থকা
उदाहरणे : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
समानार्थी : অৰণ্যচাৰী, অৰণ্যচৰ, বনচাৰী, বনচৰ, বন্য, বনৰীয়া
अर्थ : নিজে নিজে হোৱা বা গজা
उदाहरणे : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে
समानार्थी : জঙ্ঘলী, বনৰীয়া
अर्थ : বনত হোৱা বা পোৱা
उदाहरणे : এইজোপা বনজ উদ্ভিদ
समानार्थी : আৰণ্যক, বনজ, বনজাত, বন্য, বনৰীয়া
स्थापित करा