सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ৰেহাই লৈ যোৱা বা এৰি যোৱা কার্য
उदाहरणे : ৰেহাই লৈ যোৱা বা এৰি যোৱা কার্য
समानार्थी : লিভ
अर्थ : কাম কৰা সময়ত হোৱা সমাপ্তি
उदाहरणे : আজি সন্ধিয়া ছুটীৰ পিছত মই আপোনাক লগ কৰিম
अर्थ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
उदाहरणे : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
समानार्थी : অৱকাশ, অৱসৰ, বিৰতি, বিৰাম
अर्थ : কামত উপস্থিত নথকা কার্য
उदाहरणे : সোমবাৰে মই ছুটীলৈ ফুৰিবলৈ যাম
स्थापित करा