सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এক প্রকাৰ স্তন্যপায়ী সামুদ্রিক জীৱ
उदाहरणे : সাগৰৰ পাৰত এটা ছীল মৰি আছিল
अर्थ : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
उदाहरणे : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
समानार्थी : ষ্টাম্প, ষ্টেম্প
अर्थ : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
उदाहरणे : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
समानार्थी : মোহৰ, ষ্টাম্প
स्थापित करा