अर्थ : প্রায়েই কাৰোবাৰ পিছত বা লগত লাগি থকা ব্যক্তি বা পদার্থ
उदाहरणे :
সেই দুই বন্ধু এজন আনজনৰ ছায়াৰ দৰে
समानार्थी : ছাঁ
अर्थ : পোহৰৰ সন্মুখত বা পিছৰ পিনে থাকিলে আগফাল বা পিছফালে পৰা কোনো বস্তুৰ আকৃতিৰ অনুৰূপ ছাঁয়া
उदाहरणे :
শিশুটোৱে নিজৰ প্রতি্চ্ছাঁয়াটো দেখি সন্তুষ্ট হৈ আছে
समानार्थी : প্রচ্ছায়া ; ছাঁ, প্রতি্চ্ছাঁয়াটো