अर्थ : যি ছোৱালী বা মহিলাক কোনোবাই পঢ়াইছে বা শিকাইছে
उदाहरणे :
সীতা এগৰাকী প্রথিতযশা সংগীতকাৰৰ শিষ্যা
समानार्थी : বিদ্যার্থিনী, শিক্ষার্থিনী, শিষ্যা
अर्थ : বিদ্যা অর্জন কৰোঁতা ছোৱালী
उदाहरणे :
এই বিদ্যালয়ৰ এগৰাকী ছাত্রীয়ে দশম শ্রেণীৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্রথম স্থান লাভ কৰিছে
समानार्थी : বিদ্যার্থীনী