पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील ছপোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

ছপোৱা   ক্ৰিয়া

अर्थ : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া

उदाहरणे : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে

समानार्थी : ছাপ দিয়া, ছাপ মৰা

अर्थ : চিহ্নিত বা অংকিত হোৱা

उदाहरणे : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে

अर्थ : ছপাযন্ত্র আদিত ছপা কৰা

उदाहरणे : তেওঁ নতুন কিতাপ ছপাইছে

समानार्थी : মুদ্রিত হোৱা

अर्थ : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা

उदाहरणे : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে

चौपाल