अर्थ : কোনো তৰল পদার্থ ছটিওৱা কার্য
उदाहरणे :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
समानार्थी : সিঁচা
अर्थ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
उदाहरणे :
আঞ্জাত নিমখ ছটিয়াই দিয়া
समानार्थी : ছটিয়াই দিয়া
अर्थ : পানী ছটিওৱা কার্য
उदाहरणे :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
समानार्थी : ছটিয়াই দিয়া
अर्थ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
उदाहरणे :
ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
समानार्थी : বর্ষণ ্কৰা
अर्थ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
उदाहरणे :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
समानार्थी : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা