अर्थ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
उदाहरणे :
তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
अर्थ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
उदाहरणे :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
समानार्थी : চৰা
अर्थ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
उदाहरणे :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
समानार्थी : টনা
अर्थ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
उदाहरणे :
ঢোলবাদকে ঢোল চৰাইছে
अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
उदाहरणे :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
समानार्थी : অভিলেপ কৰা, লগোৱা