अर्थ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
उदाहरणे :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
समानार्थी : পাত্র
अर्थ : যাৰ দ্বাৰা জীৱনত কৰা কামৰ বা আচৰণৰ স্বৰূপৰ ওপৰত ভিত্তি কৰি কাৰোবাৰ যোগ্যতা, মনুষ্যত্ব আদি সূচোৱা হয়
उदाहरणे :
চৰিত্রই মানুহৰ যোগ্যতা নিৰূপণ কৰে
अर्थ : নাৰীৰ আব-হাৱা
उदाहरणे :
তেওঁ নি্র্মল গুণৰ অধিকাৰিণী
समानार्थी : গুণৰ অধিকাৰিণী, চাল-চলন, চালচলন
अर्थ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
उदाहरणे :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
समानार्थी : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চাল-চলন, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র