सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
उदाहरणे : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
समानार्थी : লাজ, সংকোচ
अर्थ : সকলোতকৈ আগত বা ওপৰৰ
उदाहरणे : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে
समानार्थी : চূড়ান্ত, শী্র্ষ
अर्थ : শেষ সীমা পোৱা
उदाहरणे : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে
समानार्थी : অন্তিম, শেষ
अर्थ : যি সকলোৰে পিছত হয়
उदाहरणे : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
समानार्थी : অন্ত, অন্তিম, অন্ত্য, শেষ
अर्थ : যাৰ আগত বা অধিক আন কোনো নাই
उदाहरणे : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে
समानार्थी : চূড়ান্ত, পৰম
स्थापित करा