पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চোৱা-চিতা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চোৱা-চিতা   বিশেষ্য

अर्थ : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব

उदाहरणे : ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে

समानार्थी : তদাৰক-তদবিৰ, দেখা-শুনা

अर्थ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য

उदाहरणे : এই কামটোৰ তদাৰক ৰামে কৰিছে

समानार्थी : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ

अर्थ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য

उदाहरणे : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত

समानार्थी : অৱলোকন, দৃষ্টিপাত

चौपाल