पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চোৱা   ক্ৰিয়া

अर्थ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা

उदाहरणे : শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল

समानार्थी : চাই থকা

अर्थ : নিৰীক্ষণ কৰা

उदाहरणे : মই এই যন্ত্রটোৰ কার্য্প্র্্ণালী চালোঁ

समानार्थी : দেখা

अर्थ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা

उदाहरणे : চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে

समानार्थी : ধ্যান দিয়া

अर्थ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা

उदाहरणे : মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ

अर्थ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা

उदाहरणे : চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই

अर्थ : দৃষ্টি নিক্ষেপ কৰা

उदाहरणे : দেখিলে আপুনি, আজিকালিৰ লʼৰা-ছোৱালীৰ ব্যৱহাৰ কেনে

समानार्थी : দেখা

चौपाल