सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
उदाहरणे : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
समानार्थी : আনন, গঢ়, ঠগ, বদন, মুখ, ৰূপ
अर्थ : কোনো ব্যক্তিৰ চেহেৰাত প্রকট হোৱা ভাৱ
उदाहरणे : আপোনাৰ চেহেৰাই কয় যে আপুনি খঙত আছে
समानार्थी : মুখমণ্ডল, মুখাবয়ব
स्थापित करा