अर्थ : ওলাই থকা বা ফুলি অহা কোনো তল বা খণ্ডক ভিতৰলৈ হেঁচি ধৰা
उदाहरणे :
ডাক্তৰে হাতৰ ডাঙৰ হৈ অহা ফোঁহাটো চেপি ধৰিলে
समानार्थी : হেঁ্চা, হেচুকি ধৰা
अर्थ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
उदाहरणे :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
समानार्थी : চেপা
अर्थ : ওপৰৰ পৰা এনে ধৰণে বস্তু ৰখা, যাৰ দ্বাৰা কোনো বস্তু তলৰ ফাললৈ হেঁ্চা খাই ইফালে-সিফালে লৰচৰ কৰিব নোৱাৰা হয়
उदाहरणे :
পনীৰ প্রস্তুত কৰিবলৈ তাক কাপোৰত বান্ধি লৈ পটা গুটি আদিৰে হেঁচি ধৰা হয়
समानार्थी : হেঁচি ধৰা