अर्थ : গধুৰ বস্তুৰ তলত অহা
उदाहरणे :
শিলে লʼৰাটোৰ হাতখন চেপিলে
अर्थ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য
उदाहरणे :
মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে
अर्थ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য
उदाहरणे :
ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়
समानार्थी : চেপি ধৰা
अर्थ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা
उदाहरणे :
কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে
अर्थ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য
उदाहरणे :
তেওঁ ্ চাদৰখন চেপিছে
समानार्थी : আটি দিয়া