अर्थ : চিনেমা অথবা আলোচনী-পত্র আদি পঢ়ি তাৰ অশ্লীল বা ৰাজনৈতিকভাৱে অস্বীকৃত অংশৰ ওপৰত বাধা আৰোপ কৰা ব্যক্তি বা ব্যক্তিৰ এক শ্রেণী
उदाहरणे :
চেন্সৰ বোর্ডে ্ভালেমান চিনেমাৰ ওপৰত হস্তক্ষেপ কৰিলে
समानार्थी : নিয়ন্ত্রণ বোর্ড, নিয়ন্ত্রণ সমিতি