पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील চেক शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

চেক   বিশেষ্য

अर्थ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে

उदाहरणे : ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে

अर्थ : মধ্য ইউৰোপৰ এখন দেশ

उदाहरणे : চেকৰ ৰাজধানী প্রাগ

समानार्थी : চেক গণৰাজ্য

अर्थ : চেক দেশৰ অধিবাসী

उदाहरणे : সেই চেকবাসীজনে হিন্দীও সলসলীয়াকৈ কʼব পাৰে

समानार्थी : চেকবাসী

अर्थ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

उदाहरणे :

समानार्थी : চেকা, দাগ, দাগী, ধাব্বা, নিচান

अर्थ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে

उदाहरणे : সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে

समानार्थी : ধনাদেশ

अर्थ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়

उदाहरणे : মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ

समानार्थी : কিস্তিমাত

अर्थ : চেকবাসীয়ে কোৱা ভাষা

उदाहरणे : মঞ্জৰীৰ চেকভাষা শিকিবলৈ বৰ মন আছে

समानार्थी : চেকভাষা

চেক   বিশেষণ

अर्थ : চেক ভাষাৰ বা চেক ভাষাৰ সৈতে সম্বন্ধ থকা

उदाहरणे : দূতাবাসত চেকভাষাৰ কিতাপৰ প্রদর্শনী হৈ আছে

समानार्थी : চেকভাষা

अर्थ : চেক গণৰাজ্যৰ বা চেক দেশৰ সৈতে সম্বন্ধ

उदाहरणे : চেক বিশেষজ্ঞৰ সহায়েৰে পাকিস্তানে নিজৰ দেশত ইউৰেনিয়ামৰ অনুসন্ধান কৰিছিল

चौपाल