अर्थ : কমি যোৱা অৱস্থা বা ভাব
उदाहरणे :
সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
समानार्थी : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রতুলতা, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব